Skip to main content

Posts

Showing posts from July, 2019
স্হান~বাৰেগড় চক বজাৰ HDFC free account open:  এদিনতে একাউন্ট খুলি ATM,Passabook,cheque লৈ যাওক৷ সম্পূর্ন ফ্রি৷ যোগাযোগ কৰক: তলত দিয়া নথি যেনেকৈ পেন কার্ড, ভোটাৰ কার্ড অনিবার্য৷ Bring these documents in original:-           :::::::'''''''''':::::::''''''''':::::::::'''''''''::::::: For creating of HDFC accounts:- 1.Mob no 2.email 3.passport photo 4.Adhar card/ Passport/  Voter id/Pan card/ driving license(original) plz contact 7976762560

my poem in assamse

''পূৱ দেশৰ সেই গোলাপজোপা '' xxxxxxxxxxxxxxxxxxxxxxxxx নীলা অম্বৰৰ তলত ধৰাৰ সুকোমল সাৰুৱা বুকুত কাঁইটিয়া গছৰ মাজে মাজে বতাহৰ তালে তালে নাঁচি নাঁচি সুবাসিত কৰা প্রেম সিচৰিত পাঁহি ভৰা গোলাপ তুমি৷ তোমাৰ সতে নিবিৰ বন্ধুত্ব  হাতৰ মুঠিত নতুবা চার্টৰ তলত মাজে মাজে বিচৰণ আছিল তোমাৰ তোমাৰ কাঁইটিয়া ধেমালিত আঙুলিত আঁচৰ, চার্ট ফটা সাধাৰণ যেনহে আছিল৷ জীৱনৰ প্রৱাহমান নৈত উঠি সাগৰৰ কাষ পাইছোহেঁ মোৰ বাট আই নৈৰ দৰে পৰিবর্তন হল অভিমানী সাগৰেও হাতবাউলি নিদিলে সাগৰৰ অনুভৱত সময় গল৷ তুমি ভাল নলগা হলা তোমাৰ কাঁইটো শত্ৰু হল যেনিবা মোৰ কাষত তুমি মূল্যহীন৷৷ স্মৃতিৰ দলংখন উন্নত হল মোৰ বাট সলনি হল৷ তোমাৰো অস্তিত্ব নোহোৱাৰ দিশে, এদিন মানাহৰ বুকুত বিলিন হবা ক্ষন্তেকৰ শত্ৰু যদিও আজীৱনৰ বন্ধুত্ব পূৱ দেশৰ তুমি সেই গোলাপজোপা৷৷                                                                 ...

Free HDFC Bank account open

Free HDFC account open:- A team from HDFC Bongaigaon will come tomorrow (25 july 2019) at Baregarh chowk Bazar(baregarh tiniali)...        please take this great opportunity at totally free of cost... NB: Loan facilities are available... Bring these documents in original:-           :::::::'''''''''':::::::''''''''':::::::::'''''''''::::::: For creating of HDFC accounts:- 1.Mob no 2.email 3.passport photo 4.Adhar card/ Passport/  Voter id/Pan card/ driving license(original) plz contact 7976762560

non salaried govt. pension scheme

              পেন্সন::: পেন্সন               ============ ভাৰত চৰকাৰৰ পেন্সন ৰ ব্যৱস্থা... মাহিলি ১০০ টকা জমা কৰি গোটেই জীৱন পেন্সন লাভ কৰক৷৷৷৷৷ বিতং তথ্যৰ বাবে যোগাযোগ কৰক৷ @IACT ambari market mob 7976762560

my poem in assamese

                      "মই তোমাৰ কিমান আপোন"            © ৺৺৺৺৺৺৺৺৺৺৺৺৺৺© মোৰ নিৰৱতাই, মোৰ ভাষা, তোমাৰ নিষ্ঠুৰতাই, মোক খুলি খুলি খায়৷ তোমাৰ হৃদয়ৰ তৰংগিত কম্পনে; তোমাক কৈ দিব, মই তোমাৰ কিমান আপোন? মোক আৰু ঠেলি নিদিবা, সৌ ঘ'ন কলা অমাৱস্যাৰ মাজত, সহনশীলতা আৰু মোৰ নাই৷ কোনোদিনে নাহিবা কাষলৈ, চেষ্টাও নকৰিবা, তুমি আহিলে, বাকশক্তি হেৰুৱাম মই৷ ঢাপলি মেলিম মৃত্যু উপত্যক্যা লৈ৷ জীয়াই থাকিব দিয়া, মাথো আৰু কিছু ক্ষণ, সময়ৰ লহৰত এদিন, গুচি যাম বহু দূৰলৈ৷ কোনোদিনে নাহিম উভতি, সুখ নিদিলেও তোমাৰ দু:খে, স্মৃতিৰ মণিকোঠাত, দু:খ সাগৰৰ ঢৌৱে ঢৌৱে, ইপাৰে সিপাৰে, পৰিভ্রমিত  হম মই৷                     মসাৰফ হুছেন                      অভয়াপুৰী,বঙাইগাওঁ৷ Click here Amazon shopping 🛒:- https://amzn.to/2LM5XCD

my poem in assamese

 "মানৱৰূপী" এটি দাৰিদ্র জীৱন      *************************** সন্ধিয়াৰ অস্তগামী সূৰুযৰ ৰাঙলি কিৰণে যেতিয়া নামি আহে ধৰাৰ বুকুলৈ, উম্মুক্ত ধাননি পথাৰখনে, বুকুত সাঁচি ৰখা বাৰিষাৰ পানীত, প্রতিবিম্বিত কৰে বহুত ৰশ্মি যাৰ ভাঁজে ভাঁজে থাকে কতোযে স্মৃতি৷ লৰালিৰ অবুজন ভাষাবোৰ, বুজি পাওতেই, জীৱনৰ সময়কণ দ্রতগামী পাৰ হয় এৰি দিয়ে লোভ-মোহ জীৱনৰ, সুক্ষ্ম এটি দাৰিদ্রিক জীৱন৷ ভোকৰ তাড়নাত,জীয়াই থকাৰ গভীৰ মোহত দৌৰি থাকে টকাৰ পিছে পিছে, পাহৰি যায় সময়, জীৱন পৰিধিৰ৷ ভিন ভিন ঠাই ভ্ৰমি উভতনিত থাকে মাথো স্মৃতি৷ কি পালে, কি নাপালে? মানৱৰূপী এটি দাৰিদ্র জীৱনে৷৷                                    মসাৰফ হুছেন                         অভয়াপুৰী,বঙাইগাওঁ৷ " Buy fashion clothes on Amazon/offer sale " Click here: https://amzn.to/3oRKlTL

Computer learning

IACT Abhayapuri a Computer Institute:- ambari market*** @ all computer courses available. @ very cheap fees: @PGDCA,ADCA,DCA, CCC etc..... @Online verification by enrollment number. Visit at center.:- IACT Abhayapuri, at Ambari Market..  @contact 7976762560......

Insurance for vehicle

save yourself###  secure life## @put on helmet while driving##                       @vehicle insurance@                           $$$$$$$$$$$$$$$ IACT computer institute               :- INSURANCE:- All type of insurance done here 1.Car insurance 2.Motor Byke 3.Tracktor 4.Shop 5.House 6.Cattle NB:  Also premium paid service. Contact@IACT ambari Market Mob 7976762560

Short story of IACT Abhayapuri

IACT computer institute at very rural area ambari market.Where a big problem is communication. No one wants to develope of such rural area.All political party are cheating very easy,kind hearted people living at neighbour villages.Education is countable on finger.One day some good ideas for education sector came to my mind and i bring a popular and perfect computer institute/IACT branch from Delhi.We should always keep a positive mind for our native village to develope it. I will success when my moto "computer education to every home at our villages" turn true... Mosharaf Hussain Asst.Director IACT Abhayapuri,Ambari market... Mob-7976762560.....