"মানৱৰূপী" এটি দাৰিদ্র জীৱন
***************************
সন্ধিয়াৰ অস্তগামী সূৰুযৰ ৰাঙলি কিৰণে
যেতিয়া নামি আহে ধৰাৰ বুকুলৈ,
উম্মুক্ত ধাননি পথাৰখনে,
বুকুত সাঁচি ৰখা বাৰিষাৰ পানীত,
প্রতিবিম্বিত কৰে বহুত ৰশ্মি
যাৰ ভাঁজে ভাঁজে থাকে কতোযে স্মৃতি৷
লৰালিৰ অবুজন ভাষাবোৰ,
বুজি পাওতেই,
জীৱনৰ সময়কণ দ্রতগামী পাৰ হয়
এৰি দিয়ে লোভ-মোহ জীৱনৰ,
সুক্ষ্ম এটি দাৰিদ্রিক জীৱন৷
ভোকৰ তাড়নাত,জীয়াই থকাৰ গভীৰ মোহত
দৌৰি থাকে টকাৰ পিছে পিছে,
পাহৰি যায় সময়, জীৱন পৰিধিৰ৷
ভিন ভিন ঠাই ভ্ৰমি
উভতনিত থাকে মাথো স্মৃতি৷
কি পালে, কি নাপালে?
মানৱৰূপী এটি দাৰিদ্র জীৱনে৷৷
মসাৰফ হুছেন
অভয়াপুৰী,বঙাইগাওঁ৷
***************************
সন্ধিয়াৰ অস্তগামী সূৰুযৰ ৰাঙলি কিৰণে
যেতিয়া নামি আহে ধৰাৰ বুকুলৈ,
উম্মুক্ত ধাননি পথাৰখনে,
বুকুত সাঁচি ৰখা বাৰিষাৰ পানীত,
প্রতিবিম্বিত কৰে বহুত ৰশ্মি
যাৰ ভাঁজে ভাঁজে থাকে কতোযে স্মৃতি৷
লৰালিৰ অবুজন ভাষাবোৰ,
বুজি পাওতেই,
জীৱনৰ সময়কণ দ্রতগামী পাৰ হয়
এৰি দিয়ে লোভ-মোহ জীৱনৰ,
সুক্ষ্ম এটি দাৰিদ্রিক জীৱন৷
ভোকৰ তাড়নাত,জীয়াই থকাৰ গভীৰ মোহত
দৌৰি থাকে টকাৰ পিছে পিছে,
পাহৰি যায় সময়, জীৱন পৰিধিৰ৷
ভিন ভিন ঠাই ভ্ৰমি
উভতনিত থাকে মাথো স্মৃতি৷
কি পালে, কি নাপালে?
মানৱৰূপী এটি দাৰিদ্র জীৱনে৷৷
মসাৰফ হুছেন
অভয়াপুৰী,বঙাইগাওঁ৷
Click here:https://amzn.to/3oRKlTL
Comments
Post a Comment